family name (English) [ IPA: ˈfæmliː ˈneɪm ASM: ফেমিলি নেম]
    Contributed by: Priyankoo (প্ৰিয়ংকু) on 2006-12-25
    1. (Common Noun-Common) the name that a person has in common with other family members এজন ব্যক্তিৰ পৰিয়ালৰ আন সদস্যসকলৰ সৈতে থকা উমৈহতীয়া নাম
    Contributed by: Bikram M Baruah on 2015-12-18
    2. (Abstract Noun) the respect that members of a given family draws from other members of the community. কোন পৰিয়ালৰ সদস্যসকলে সমাজৰ আন লোকৰ পৰা পোৱা সন্মান৷